Ami Jen Jantra – Assamese Old Song | Zubeen Garg | ZubeenDaRock


♪ ৰাতিপুৱা শুই উঠি
যাবৰে যে হয় স্কুললৈ ♪ ♪ গধুৰ গধুৰ পঢ়াৰ বোজা
কঢ়িয়াওঁতেই যায় দিন দূৰলৈ ♪ ♪ স্কুলৰ শেষত টিউচন কৰি
ঘূৰি আহি একো নেপাওঁ বিচাৰি ♪ ♪ হোম-ৱৰ্ক কৰি ভাগৰি
বিছনাৰ কোলাকেই লওঁ সামৰি ♪ ♪ আমি যেন যন্ত্ৰ
যন্ত্ৰ , একো একোটা যন্ত্ৰ ♪ ♪ যন্ত্ৰ , আমি আমি যেন যন্ত্ৰ ♪ ♪ যন্ত্ৰ একো একোটা যন্ত্ৰ ♪ ♪ যন্ত্ৰ অ অ.. ♪ ♪ ৰাতিপুৱা শুই উঠি
চাহত শোহা মাৰি পেপাৰ পঢ়ি ♪ ♪ একেই খবৰ একেই ছবি
একেই মৰা-মৰি ঠগা-ঠগি ♪ ♪ ন বজাত গা ধুই উঠি
পেট পূজা কৰি কাপোৰ পিন্ধি ♪ অফিচ কৰি দিনটো খাটি
আবেলি ঘূৰি আহোঁ চুচৰি ♪ আমি যেন যন্ত্ৰ
যন্ত্ৰ একো একোটা যন্ত্ৰ ♪ ♪ যন্ত্ৰ
আমি যেন যন্ত্ৰ ♪ ♪ যন্ত্ৰ একো একোটা যন্ত্ৰ ♪ ♪ যন্ত্ৰ অ অ.. ♪ ♪ ৰাতিপুৱা শুই উঠি
বাগানত মৰ্ণিং ৱাক হাতত ক’ফি ♪ ♪ এচি গাড়ীত বিজনেছ কৰি
দুটামান চহী মাৰি হওঁ চহকী ♪ ♪ হয় গধূলি ক্লাৱৰ সময় ♪ ♪ হাতত হুইস্কি
কাষত লোকৰ ঘৈণী ♪ ♪ ৰঙা নীলা ৰঙৰ পোহৰ
ঢলং পলং হৈ ঘৰ উভটি ♪ ♪ আমি যেন যন্ত্ৰ
যন্ত্ৰ, একো একোটা যন্ত্ৰ ♪ ♪ যন্ত্ৰ আমি আমি যেন যন্ত্ৰ ♪ ♪ যন্ত্ৰ একো একোটা যন্ত্ৰ ♪ ♪ যন্ত্ৰ অ অ.. ♪ ♪ ৰাতিপুৱা শুই উঠি
হাত ধৰা ধৰি বুঢ়া-বুঢ়ী ♪ ♪ মাত দিবলে’ কাৰো সময় নাই
চাহ টুপিলৈ থাকো আশা পালি ♪ ♪ বুঢ়া-বুঢ়ীৰ বুজা-বুজি
জীৱনজোৰা মৰম থাকো সাৱতি ♪ ♪ মায়া এৰি মোহ এৰি
এৰি অহা দিনৰ স্মৃতি সুঁৱৰি ♪ ♪ আমি যেন যন্ত্ৰ
যন্ত্ৰ, একো একোটা যন্ত্ৰ ♪ ♪ যন্ত্ৰ আমি আমি যেন যন্ত্ৰ ♪ ♪ যন্ত্ৰ একো একোটা যন্ত্ৰ ♪ ♪ যন্ত্ৰ আমি আমি যেন যন্ত্ৰ ♪ ♪ যন্ত্ৰ একো একোটা যন্ত্ৰ ♪ ♪ যন্ত্ৰ আমি আমি যেন যন্ত্ৰ ♪ ♪ যন্ত্ৰ আমি আমি যেন যন্ত্ৰ ♪ ♪ যন্ত্ৰ অ অ.. ♪

100 thoughts on “Ami Jen Jantra – Assamese Old Song | Zubeen Garg | ZubeenDaRock

  1. Zubeen Daa e ata gaan t a guta e jibon r kotha koi dile…ki j xundor gaan… Love You Zubeen Daa

  2. Sosakoi ami machine…hahibo furti karibou time napao..moi kintu karo bohut furti…joint family r je.😂😂

  3. এই গানটোৰ জৰিয়তে জুবিন দাই বৰ্তমান সকলো স্তৰৰ মানুহক সুন্দৰ ভাৱে প্ৰতিফলিত কৰিছে | জুবিন দাক এই গানটোৰ বাবে অশেষ ধন্যবাদ জ্ঞাপন কৰিলো

  4. Once a hero always a hero,
    Jibon tut etai bisakh ei byokti jonor uproot Edin whole world t proud korim,,,
    Zubin Da apuni nije najane apuni ki hoi? Akha koru highre buji pabo aru.hokolu oxomiak proud feel korabo

  5. I love my zubeen da যাৰ গান শুনি মই টোপনি যাওঁ

  6. Ahh most memorable song for mee…me n some of my classmates did stage danced on parents day😍🤗

  7. মঅজা লাগে গানতো

  8. 2019 . But still i keep coming back to this track. It reminds me of my school days. You're the one Zubeen da. Thanks for this beautiful fabulous track . ♥️

  9. Ajir dinot xosake amar life't ratipuwar pora rati loike use kora xokolu tu ekuta jontro, amar life tu jontro

  10. Even the haters finally admit that his songs are evergreen and have a god gifted voice tremendous talent hats off zubeen Bhai too good 😀🤩😍

  11. আজিকালি ক'ত হেৰাই গ'ল এনেকুৱা মনপৰশা গীতবোৰ
    উভতি যাবলৈ মন যায় সৰুকালিৰ দিনবোৰলৈ

  12. সচাই জুবিন দাৰ এই গীতবোৰে মন ছুই গ ইছে

  13. সঁচাকৈয়ে আমি যেন একো একোটা যন্ত্ৰহে। জুবীন দা আপোনালৈ মোৰ অশেষ শুভকামনা থাকিল

  14. জুবিন দা অকল ভালপোৱা নহয় তেওঁ আমাৰ আৱেগ

  15. Every time, i listened this song reminds me of my school days, at which i was at 4th standard…… Respect ew SIR…. N love ew too… ❤❤❤😊😊😊

  16. So love you zuben daa 🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹💐💐💐💐💐💐💐💐💐💐💐💐💐💐💐💐💐💐💐💐💐💐💐💐💐💐💐💐💐💐💐💐💐💐💐💐💐🌺🌺🌺🌺🌺🌺🌺🌺🌺🌺🌺🌺🌺🌺🌺🌺🌺🌺🌺🌺🌺🌺🌺🌺🌺🌺🌺🌺🌺🌺🌺🌺🌺🌺🌺🌺🌺🌺🌺🌺🌺🌺🌺🌺🌺🤩🤩🤩🤩🤩🤩🤩🤩🤩😍😍😍😍😍😍😍😍😍😍😍😍😍😍😍😍😍😍😍😍😍😍😍😍😍😍😍😍😍😍😍😍😍😍😍😍😍😍😍👨‍❤️‍💋‍👨👨‍❤️‍💋‍👨👨‍❤️‍💋‍👨👨‍❤️‍💋‍👨👨‍❤️‍💋‍👨👨‍❤️‍💋‍👨👨‍❤️‍💋‍👨👨‍❤️‍💋‍👨👨‍❤️‍💋‍👨👨‍❤️‍💋‍👨👨‍❤️‍💋‍👨👨‍❤️‍💋‍👨👨‍❤️‍💋‍👨👨‍👩‍👧👨‍👩‍👧👨‍👩‍👧👨‍👩‍👧👨‍👩‍👧💑💑💑💑👩‍❤️‍👨👩‍❤️‍👨👩‍❤️‍👨🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏👁️‍🗨️🙏👁️‍🗨️👍👍👍👍👍👍👍👍👍👍👍👍👑👑👑👑👑👑👑👑👑👑👑👑👑👑👑👑#######################################################################…₹

  17. no words left in the dictionary to express his voice

    New edition of oxford and cambridge dictionary needed

  18. আমি সকলোৱে সচাকৈয়ে যন্ত্ৰ জুবিন দাই গীতৰ মাজেদি সত্য কথাকে কৈছে আই লাভ উ জুবিন দা 😘😘😘

  19. জুবিন দাৰ গান শুনি শুনি ডাঙৰ হৈছোঁ।।। জীয়াই থকা লৈ জুবিন দাৰ গান শুনি অ থাকিম।।। মোৰ কাৰণে গান মানেই জুবিন দা।।।

  20. যদি গান মোৰ ধৰ্ম হয় তেন্তে জুবিন দা মোৰ ভগৱান

  21. Gaan to xoni thakile xoni thakobar mon ji thake eman dhunia gaan. LOVE YOU JUBIN DA GOD BLESS YOU.

  22. Unlike mora ki jon Bangladeshi + asomiya Jati aru akhomr siro boiri………. Hihotok protijon akhomiya a pale garu piton dibo lage kintu youTube a ata beya kam korile unlike kora bilakok mention nkore……… Jdi unlike mora karubar dom ase muk comment mar jdi namaro gom palu toi ata maak ch_da

  23. It reminds me of my class XI-XII times , when i raced for the Rs 45/- cassette box of zubin da's new album 'Jontro' with my class mates , I came 2nd in that orthoheen race., neways I found my piece in one of then panbazar markets. very meaningful extraordinary songs. I was & will always be the 'zubin da's boliya fan' like everyone else is !!!!!

  24. aaji kalir singer buror lyrics bur j ki hoise ,,, kiuntu aamar zubeen dar lyrics aaru xur bur hodai val lage , hridoy sporkho kori jai

  25. Zg dar aia gan xuna …xunilei kba mon2 fresh hoi jai..heikrne aia song all times hit song..ru air gan blak xuna..selfie,tukun de aiblk kba gan hl nki bru… Xsak axomor music bor bya pne goi axe xostia jonopriota bxarible goi….

  26. life description of every class of people beautifully presented.

  27. Zubeen dai bht agote Sinta korile mnh bor je jantro hbo Aji he mnhbor upolobdho kore

  28. Mur jibonor etay prarthona mur maa deuta aru Zubeen dar dirghayu houk… Mur babe Zubeen da vogoban

  29. মোৰ তেজত বৈ আছে দাদা…
    জয় জুবিন ভগৱান

Leave a Reply

Your email address will not be published. Required fields are marked *